Assamer O Aa K Kha

by Devajit Bhuyan

★★★★☆
3.8 (619)

US$1.50

15% OFF CODE: SAVE15

Description

ইংৰাজী মাধ্যমৰ ব্যাপক প্ৰসাৰ হোৱাৰ ফলত বহুতো কাৰ নোহোৱা অসমীয়া শব্দ এতিয়া কেৱল হেমকোষৰ পাতত। হয়তো কিছুবছৰ পাচত নৱ প্ৰজন্মই এই শব্দবোৰ যে অসমীয়া শব্দ আছিল গমেই নাপাব। অসমীয়া ভাষাই এতিয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে যদিও অসমীয়া ভাষাক জীয়াই ৰাখি ইয়াৰ প্ৰসাৰ প্ৰচাৰৰ বাবে মামৰে ধৰা শব্দবোৰ পুনৰ ঘঁহি পিহি ব্যৱহাৰ কৰিব লাগিব। ক্ষণিকৰ উৎসাহে অসমীয়া ভাষাক বিশ্ব স্তৰলৈ লৈ যাব নোৱাৰে। বিহু, ঝুমুৰ বা মৈদামক লৈ যি প্ৰচাৰ বা বতাহ বলিছে, একেই বতাহ কামৰ জৰিয়তে, সাহিত্য চৰ্চাৰ জৰিয়তেহে ভাষাৰ ক্ষেত্ৰত হব পাৰিব। মহ